কাবান নিঃতমক কি কি ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ কাবান নিঃতমক ক্ৰমে দঃবঃ নিঃতম, চুলং নিঃতম আৰু য়াবা নিঃতম এই তিনিটা ভাগত ভাগ কৰা হৈছে ।