কাৰ্বি জনগোষ্ঠীৰ মাজত প্ৰচলিত আন কেইবিধমান লোকগীত কি ?

উত্তৰঃ লুকাছেন আলুন, কাছিং আলুন, হানৰী আলুন, কাপেয়াৰ’ কাচাৰে আলুন আদি ।