কাৰ্বি সম্প্ৰদায়ৰ মাজত প্ৰচলিত প্ৰণয় গীতবোৰক কি বুলি কোৱা হয় ?

উত্তৰঃ কাৰ্বি জনগোষ্ঠীৰ মাজত প্ৰচলিত প্ৰণয় গীতসমূহক বংঐ আলুন চাকচান বুলি কোৱা হয় ।