কাৰ্বিসকলৰ মতে কোন দেৱতাৰ বাবে আদাৰ উৎপত্তি হৈছে ?

উত্তৰঃ কাৰ্বিসকলৰ মতে হানছ কেপ্লাঙৰ বাবেই আদাৰ উৎপত্তি হৈছে ।