কেৰ পূজাৰ বাবে কোনে স্থান নিৰ্ধাৰণ কৰি দিয়ে ?

উত্তৰঃ কেৰ পূজাৰ বাবে ত্ৰিপুৰাৰ চৰকাৰে প্ৰতি বছৰে এডোখৰ নিদিৰ্ষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়ে ।