কোনবিধ এচিড মিশ্ৰণে সোণত পলাব পাৰে?

উঃ হাইড্ৰ’ক্লোৰিক এচিড আৰু নাইট্ৰিক এচিডৰ মিশ্ৰণে।