কোনো নিৰ্দিষ্ট মাধ্যমত কোন ৰঙৰ পোহৰৰ বেগ আটাইতকৈ বেছি আৰু কোন বৰ্ণৰ পোহৰৰ বেগ আটাইতকৈ কম?

উঃ ৰঙা ৰঙৰ পোহৰৰ বেগ আটাইতকৈ বেছি আৰু বেঙুনীয়া ৰঙৰ পোহৰৰ বেগ আটাইতকৈ কম।