খুৱলাম শব্দৰ অৰ্থ কি ?

উত্তৰঃ মিজোসকলৰ ভাষাত খুৱালা মানে হৈছে অতিথি আৰু লাম মানে হৈছে নৃত্য়। অৰ্থাৎ অতিথিক আদৰিবলৈ কৰা নৃত্য়ই হৈছে খুৱালাম ।