খেৰাই উৎসৱত বছৰত কেইবাৰ পালন কৰা হয় ?

উত্তৰঃ খেৰাই উৎসৱত বছৰত দুবাৰ পালন কৰা হয় যদিও খেতি চপোৱাৰ পিছত অৰ্থাৎ পুহ-মাঘ মাহত খেৰাই পূজাৰ সাৰ্বজনীনভাৱে কৰা হয় ।