‘গগণা’ কেনেদৰে বজোৱা হয় ?

উত্তৰঃ গগণা পাতৰ এটা মূৰ দুই ওঁঠৰ মাজত লৈ মাজৰ এচলি সৰু পাতত কম্পন তুলি শব্দ সৃষ্টি কৰা হয় । ‘গগণা’ৰ মাত অতি মধুৰ ।