‘গাভৰু বিহু’ক কিয় ‘গছৰতলৰ বিহু’বোলে ?

উত্তৰঃ ‘গাভৰু বিহু’এৰাবাৰী, জুপজুপীয়া হাবিয়নি, বাঁহনি, জৰী, পিপল আদি ডাঙৰ গছৰ তলত মৰা হয় বাবে এই পিহিক গছতলৰ বিহু বোলা হয় ।