চতুৰ্দশ মন্দিৰত থকা চৈধ্য়গৰাকী দেৱ-দেৱীৰ মূৰ্তি কি ?

উত্তৰঃ হৰ, উমা, হৰি, লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ, ব্ৰক্ষ্মা, পৃথিৱী, সমুদ্ৰ, গংগা, অগ্নি, কামদেৱ আৰু হিমাদ্ৰী দেৱীৰ মূৰ্তি চতুৰ্দশ মন্দিৰত আছে ।