চৰ্যাপদ মানে কি ?

উত্তৰঃ চৰ্যাপদ মানে হ’ল কেইটামান সহজযান পন্থীৰ গীত ।