ঝুমুৰা নৃত্য় কেইপ্ৰকাৰৰ ?

উত্তৰঃ ঝুমুৰা নৃত্য়ক তিনিটা ভাগত ভগাব পাৰি। সেইবোৰ হৈছে ক্ৰমে- ৰামদানী, গীতৰ নাচ আৰু থেলা নাচ ।