টকা বিহু কাক বোলে ?

উত্তৰঃ গাভৰুসকলে বাহৰ টকা বজাই মৰা বিহুকে টকা বিহু বুলি কোৱা হয় । লক্ষিমপুৰ জিলাৰ ঢকুৱাখানা, মাছখোৱা, গন্ধিয়া আদি ঠাইত এই বিহু মৰাৰ নিয়ম আছে।