তিৱা লালুং জনগোষ্ঠীৰ লোকসকল কোনটো মানৱগোষ্ঠীৰ অন্তৰ্গত ?

উত্তৰঃ তিৱা লালুং জনগোষ্ঠীৰ লোকসকল তিব্বতবৰ্মী গোষ্ঠীৰ লোক ।