ত্ৰিপুৰাৰ উনাকুটিৰ শিলত কোন কোন দেৱতাৰ প্ৰতিমূৰ্তি আছে ?

উত্তৰঃ শ্ৰীৰামচন্দ্ৰ, শিৱ, হনুমান আৰু গণেশৰ প্ৰতিমূৰ্তি আছে ।