ত্ৰিপুৰাৰ ক’ত কেন্দ্ৰীয়ভাৱে খাৰচি পূজা অনুষ্ঠিত কৰা হয় ?

উত্তৰঃ ত্ৰিপুৰাৰ পুৰণি আগৰতলাত থকা চতুৰ্দশ মন্দিৰত খাৰচি পূজা কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় ।