থাইৰয়েড গ্ৰন্থি ক’ত থাকে?

উঃ শ্বাসনলীৰ তৃতীয় তৰুণাস্থি বলয়ৰ দুফালে দুই থাইৰয়েড গ্ৰন্থি থাকে।