নাগালেণ্ডৰ বুৰঞ্জীপ্ৰসীদ্ধ নাগিনীমৰাৰ ইতিহাস কি ?

উত্তৰঃ নাগিনীমৰা নগালেণ্ডৰ ম’ন জিলাৰ এটা মহকুমা । ইয়াৰ পূৰ্বৰ নাম আছিল লাখান । কিন্তু ৱাটলুং কন্য়াক নামৰ এগৰাকী নগা কুঁৱৰী আহোম ৰজা এজনলৈ বিয়া হোৱাৰ পিছত লাখানত কুঁৱৰীৰ মৃত্য়ু হয়। তেতিয়াৰ পৰাই সেই ঠাইৰ নাম নাগিনীমৰা হৈ পৰে ।