নেপালী জনগোষ্ঠীৰ মাজত প্ৰচলিত বিভিন্ন পূজা আৰু উৎসৱ কি ?

উত্তৰঃ নেপালী জনগোষ্ঠী মাজত প্ৰচলিত বিভিন্ন পূজা আৰু উৎসৱ এনেধৰণৰ- নাগপঞ্চমী, বৈশাখী পূৰ্ণিমা, অক্ষয় তৃতীয়া, চৈতে দশৈ, ৰাম নৱমী, মাঘী সংক্ৰান্তি, থুলী একাদশী, আষাড়কো পন্ধ্ৰহ, শাওণে সংক্ৰান্তি, গণেশ চতুৰ্থী, জৈন পূৰ্ণিমা আদি ।