পানীত KCIO3 ৰ দ্ৰব্যতা ১০ গ্ৰাম, এই কথাযাৰ সম্পূৰ্ণ নে অসম্পূৰ্ণ?

উঃ অসম্পূৰ্ণ। উষ্ণতাৰ কথা উল্লেখ কৰিব লাগিব।