‘পেঁপা’ কিহেৰে প্ৰস্তুত কৰা হয় ?

উত্তৰঃ ‘পেঁপা সাধাৰণতে ম’হৰ শিঙৰ লগত নল, খাগৰি বা বিজুলী বাঁহৰ থুৰি আৰু বাঁহৰ গপ বা নলিচা সংযোগ কৰি প্ৰস্তুত কৰা হয় ।