বড়োসকলে কোন মাহত গোহালীৰ গৰু, ম’হ কিহেৰে কোবাই ধোৱাৰ নিয়ম ?

উত্তৰঃ বড়োসকলে চ’ত মাহত গৰু বিহু বা বাথৌ থানত-গোহালিৰ গৰু-ম’হ উলিয়াই বিল, জান-জুৰি বা নৈৰ ঘাটলৈ নি দীঘলতী আৰু মাখিয়তীৰে কোবাই গা ধুৱায়। তাৰ পিছত ঘৰৰ পৰা নিয়া লাউ, বেঙেনা, হালধী আদিৰ টুকুৰাবোৰ গৰু-ম’হৰ গালৈ ছটিয়াই দিয়ে ।