বড়োসকলৰ ধৰ্মীয় নৃত্য় খেৰাইৰ অৰ্থ কি ?

উত্তৰঃ বড়োসকলৰ ধৰ্মীয় নৃত্য় খেৰাইৰ অৰ্থ হৈছে খে মানে আঠু লোৱা, ৰা মানে প্ৰাৰ্থনা কৰা আৰু ই মানে ঈশ্বৰ ।