‘ব’হাগ বিহু’ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ চ’ত মাহৰ শেষৰ দিনাৰ পৰা ব’হাগৰ ৬ তাৰিখলৈ ব’হাগ বিহু পালন কৰা হয় ।