বায়ু যন্ত্ৰ কাক বোলে ?

উত্তৰঃ মুখেৰে ফু দি বজোৱা যন্ত্ৰক বায়ুযন্ত্ৰ বোলে। তেনে যন্ত্ৰসমূহৰ ভিতৰত বাঁহী, পেপা, শিঙা, কালি, শংখ, সুতুলি আদি ।