“বিহু সন্মিলন” বুলিলে কি বুজায় ?

উত্তৰঃ বিহু অনুষ্ঠালৰ প্ৰতিযোগিতা পাতি বিহু নাচ উপভোত কৰিবৰ ব্য়ৱস্থা কৰা কাৰ্যসূচী ।