‘বিহু-সম্ৰাজ্ঞী’ প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে এজনী নাচনীক কি যোগ্য়তাৰ প্ৰয়োজন ?

উত্তৰঃ পূৰ্বতে কোনো বিহুতলী বা মঞ্চত ‘বিহুৰাণী’ নিৰ্বাচিত হ’ব লাগিব ।