‘বিহুগীত’ সমূহৰ বিষয়বস্তু কি ?

উত্তৰঃ শ্য়ামলী অসমৰ প্ৰকৃতিৰ বুকুত থকা সকলো উপাদান, অসমৰ জনজীৱনৰ পৰিচয় তথা কৃষিভিত্তিক অসমৰ আৰ্থ সামাজিক অৱস্থাৰ প্ৰকৃৰস্বৰুপ ‘বিহুগীত’সমূহৰ বিষয়বস্তু ।