বৌদ্ধধৰ্মী টাইসকলে কেতিয়া মেজি সাজি জ্বলায় ?

উত্তৰঃ মাঘী পূৰ্ণিমাৰ দিনা বৌদ্ধধৰ্মী টাইসকলে মেজি সাজি জ্বলায়।