ভঠেলি উৎসৱত দক্ষিণ কামৰূপৰ লোকসকলে কি বুলি কয় ?

উত্তৰঃ সুঁৱেৰি বা সৰি ।