ভাওনা কেতিয়া অনুষ্ঠিত কৰা হয় ?

উত্তৰঃ ভাওনা নিশাৰ ভাগত অনুষ্ঠিত কৰা হয় । আগনিশা ভাওনা আৰম্ভ কৰি শেষনিশা অন্ত কৰোৱা হয় ।