মহোহো উৎসৱ কেতিয়া পালন কৰা হয় ?

উত্তৰঃ আঘোণ মাহৰ পূৰ্ণিমা তিথিত মহোহো উৎসৱ পালন কৰা হয় ।