মিচিংসকলে পালন কৰা বসন্তোৎসৱ কেনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে ?

উত্তৰঃ মিচিংসকলে পালন কৰা বসন্তোৎসৱ দুটাত, ক্ৰমে ‘আলিয়াই লিগাং’ত তেওঁলোকৰ পৰম্পৰাগত সাংস্কৃতিক বৈশিষ্ট্য় বিদ্য়মান ।