মিচিংসকলৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ অৰ্থ কি ?

উত্তৰঃ মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাঙৰ অৰ্থ হৈছে আলি মানে শস্য়ৰ বীজ বা কঠীয়া, অয়ে মানে ফল আৰু লৃগাং মানে আৰম্ভণি হোৱা ।