মিম্ কুট্ কেতিয়া অনুষ্ঠিত কৰা হয় ?

উত্তৰঃ মিম্ কুট্ উৎসৱ আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ অনুষ্ঠিত কৰা হয় ।