মেলা বিহু বা হাট বিহু কাক কোৱা হয় ?

উত্তৰঃ বিহুৰ দিনা ইজনে আনজনৰ ঘৰলৈ পিঠা-পনা খাবলৈ গৈ শুভেচ্ছা জনোৱাৰ দিনটোকে মেলা বিহু বা হাট বিহু বুলি

কোৱা হয় ।