যীশু খ্ৰীষ্টৰ জন্ম দিনটো কি দিন হিচাপে পালন কৰা হয় ?

উত্তৰঃ যীশু খ্ৰীষ্টৰ জন্ম দিনটো বৰদিন হিচাপে পালন কৰা হয় ।