লালুং জনগোষ্ঠীৰ উৰাল টনা গীতৰ এটা কলি কেনেধৰণৰ ?

উত্তৰঃ ” চ’তমহীয়া চতোৱালী

ৰজাই ফুৰে হাট

ৰজা গ’ল গাওঁ ফুৰিব

মাদৈ নাখায় ভাত।”