লোক উৎসৱক কেইটাভাগত ভগাব পাৰি আৰু সেইবোৰ কি কি ?

উত্তৰঃ লোক উৎসৱক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। সেইবোৰ হৈছে ক্ৰমে ধৰ্মীয় লোক উৎসৱ আৰু সাধাৰণ লোক উৎসৱ ।