লোক-সংস্কৃতিৰ ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ লোক-সাংস্কৃতিক মূলত ৭ টা ভাগত ভাগ কৰা হৈছে । সেইকেইটা ক্ৰমে লোক-কাহিনী, লোক-কথা, লোক-সাহিত্য, লোক-ভাষা, লোক-উৎসৱ, লোক-পৰম্পৰা আৰু লোক-ৰঞ্জন ।