শংকৰদেৱৰ নাটসমূহ কিয় ‘অংকীয়া নাট’ বুলি কোৱা হয় ?

উত্তৰঃ এক অংক বিশিষ্ট হোৱাৰ বাবে ।