শীতলা দেৱীৰ পূজা বা আই সবাহ কিয় পালন কৰা হয় ?

উত্তৰঃ বসন্ত ৰোগৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্য়ে শীতলা দেৱীৰ পূজা বা আই সবাহ অনুষ্ঠিত কৰা হয় ।