সাগৰৰ পানী লুণীয়া কিয়? Posted on 08/07/202208/07/2022 by Puspa Kakati উঃ সাগৰৰ পানীত বিভিন্ন ধৰণৰ অজৈৱ লৱণ হৈ থাকে। এইবোৰৰ ভিতৰত লোণ বা ছ’ডিয়াম ক্ল’ৰাইডৰ পৰিমাণ বেছি। Post Views: 836