সাগৰৰ প্ৰাণী তিমি প্রকৃততে মাছনে ?

উঃ নহয়। ই স্তন্যপায়ী প্রাণী। ইহঁতে কণী নাপাৰে, পোৱালিহে জন্ম দিয়ে।ই তেজ গৰম; অন্যান্য জলচৰ প্ৰাণীৰ দৰে চেঁচা নহয়।