সাত বিহু কেইটা কি কি ?

উত্তৰঃ বহাগ মাহৰ অনুষ্ঠিত কৰা সাতোটা বিহুকে একেলগে সাত বিহু বুলি কোৱা হয়। সেই বিহুকেইটা হ’ল ক্ৰমে গৰু বিহু, ৰাতি বিহু, সৰু বিহু, চেনেহি বিহু বা মানুহ বিহু কুটুম বিহু, চেৰা বিহু বা এৰা বিহু।