সুতুলী কি ?

উত্তৰঃ পোৰা মাটিৰে নিৰ্মাণ কৰা এবিধ সৰু বাদ্য় হৈছে সুতুলি। এই বাদ্য় মুখেৰে ফু দি বজোৱা হয় ।