ৰঙালী বিহুৰ এটা বিশিষ্ট পৰম্পৰাগত ৰীতি কি ?

উত্তৰঃ এই বিহুত অসমৰ জীয়াৰী-বোৱাৰীসকলে নিজে হাতে বোৱা গামোচাক ‘বিহুৱান’ হিচাপে উপহাৰ দিয়ে।