ৰাভা জনঘোষ্ঠীৰ মাজত প্ৰচলিত চিকাৰ সম্পৰ্কীয় গীতক কি বুলি কোৱা হয় ?

উত্তৰঃ ৰাভা জনগোষ্ঠীৰ মাজত প্ৰচলিত চিকাৰ সম্পৰ্কীয় গীতক মাৰাংমতাং বুলি কোৱা হয় ।